পাঠাগাৰ
উশাহৰ মাজত ড° অমৰজ্যোতি চৌধুৰী৷ পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে, অসমীয়া সাহিত্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ চুটিগল্প এইটো৷ উশাহৰ মাজত৷ দেশ-কাল-ভাষা-সমাজ-জাতি নিৰ্বিশেষে মানুহৰ জীৱনত ঘটি থকা সংঘাতজৰ্জৰ অনেক সংঘটনৰ ই এক ৰূপকধৰ্মী বিবৃতি৷…