Anyayug Contributor হিল্লোলজ্যোতি সিংহ

দুপৰৰ গণিত

 হিল্লোলজ্যোতি সিংহ   ভৰ দুপৰীয়া ৰাজপথৰ কিনাৰত থিয় হৈ আছে এজন বুঢ়া মানুহ মাটিত পৰা নাই তেওঁৰ ছাঁ পিন্ধনত আঁঠুমূৰীয়া আংচা* আৰু ফটা চোলা সমুখত এটা গাখীৰৰ বটল বিকিলে আশী টকা দৰৱ কিনিব নাতিয়েককেইটাৰ বাবে এপেকেট বিস্কুট   ৰাস্তাৰ সিটো…

শেষ

 হিল্লোলজ্যোতি সিংহ   “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া   জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ শেষ হৈ…

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

 হিল্লোলজ্যোতি সিংহ বৈ থকা সুঁতিটো হঠাতে হেৰাই গ’ল বালিৰ বুকুত।   বহু দূৰ বাটকুৰি বাই উলটি দেখোঁ অস্পষ্ট, ধূসৰ এখন সাংখ্যিক ছবি যান্ত্ৰিক মাধ্যমেৰে অঁকা শূন্য আৰু এক, এক আৰু শূন্যৰ গাণিতিক ভাষা দ্বিচৰ অংকৰ জালত জীৱন জটিল   সংখ্যাৰেখাৰ…

জোন

হিল্লোলজ্যোতি সিংহ নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে এঢোক গধূলি গিলি হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক আৰু মই হৈ পৰিছিলোঁ কণা কলা বোবা কোঙা ক্লীৱ ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ এযুগৰো ওপৰকাল…   এদিন ইকৰাৰ…

একাত্ম

 হিল্লোলজ্যোতি সিংহ   নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক বিজন বালিচাপৰিত ঘঁৰিয়ালৰ দৰে থৰ হৈ পৰি ৰ’লোঁ মই   ৰে’লৰেখা দুডাল গৈ য’ত লগ লাগিছে তাতেই…

একো নাখাই শুলা যে?

হিল্লোলজ্যোতি সিংহ   – নাজানো, কোনো কাৰণ নাই! যেনেকৈ কোনো কাৰণ নোহোৱাকৈ মাটিৰ কঁপনি উঠে নিঃশব্দে সৰি পৰিলে ফুলবোৰ…   নোখোৱাকৈ পাৰ কৰিছোঁ বহু নিশা মেদ কমোৱাৰ বিলাসিতাৰ বাবে নহয় ভোক নাছিল বাবেও নহয়   মোৰ কাৰণ আছিল অভাৱ  …