যাত্ৰা
স্মৃতিৰেখা দেৱী চুমীহঁতৰ স্কুলৰ বছৰেকীয়া পৰীক্ষা কালি শেষ হ’ল৷ প্ৰতি বছৰৰ দৰেই এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী লগ হৈ আজি বৰ্ষপূৰ্তিৰ আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন বিষয়ৰ কথা পাতিলে৷ গান, সাধুকথা, প্ৰশ্নোত্তৰ, আকস্মিক বক্তৃতা, হাঁহি উঠা অভিনয়, কৌতুক আদিৰে উপচি উঠা…