Anyayug Contributor স্বপ্না দত্ত ভৰালী

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

কাৰক

স্বপ্না দত্ত ভৰালী   নতুন ঘৰখনত ভৰি দিয়াৰ পাছত, এদিন নন্দেক আৰু শাহুৱেকৰ লগত আবেলিৰ ৰ’দকণৰ আমেজ লৈ থাকিয়েই তাই সুধিছিল-  “কি নো এইজোপা?”  দেখাত ঘাঁহৰ দৰেই এটি জোপোহা৷  “এইজোপা কুশবন৷ পূজা-চুজাত লাগে৷”  “অ’…” গছজোপা চিনি নাপাইছিল যদিও নামটো তাইৰ…

হেমাহি

 স্বপ্না দত্ত ভৰালী   প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী  কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা নতুবা  কনিকা ভূঞাহঁতৰ স্বভাৱ চৰিত্ৰবোৰ একেটা ৰাগীতে বন্ধা থাকে৷ প্ৰকৃত চৰিত্ৰ মুখাৰ আঁৰত ঢাকি আৰু কিমাননো থাকিব! সময়ত…

পৰিক্ৰমা

 স্বপ্না দত্ত ভৰালী   “আৰম্ভ কৰিছানে ডেকাল’ৰা?”  হৰিনাথ বৰুৱাই মোক মাজে মাজে সোধে৷  “দুলাইনমান লিখা হৈছে খুৰাদেউ৷”  চৰকাৰী শিক্ষকৰ যোগ্যতাৰ পৰীক্ষাত কৃতকাৰ্য হৈ মাষ্টৰৰ চাকৰি এটা যেনেতেনে যোগাৰ কৰি মোৰ ঘৰুৱা চহৰখনৰপৰা তিনিশ কিলোমিটাৰমান দূৰৈৰ চহৰ এখনত আছোঁহি৷ ঘৰত দেউতা,…