Anyayug Contributor স্বপ্নালী কলিতা

বাটলু-গুটি

 স্বপ্নালী কলিতা   মাটিৰ ফচ্‌ফচীয়া লডি এটিত পানীৰ সংমিশ্ৰণে কৰে বাটলু   কেতিয়াবা প্ৰতিহিংসা কেতিয়াবা বিনোদন আৰু কেতিয়াবা সি হয় নিজক কৰা পৰীক্ষাৰ কৱচ   লক্ষ্য সেই মাছৰ চকু প্ৰতিটো বাটলুৰ উৰণত ভেদ ভঙা নায়ক অৰ্জুনৰ দৃঢ়তা   বিশ্বাস ভৰসা…

চিলিক’ছিছ

  স্বপ্নালী কলিতা সোণাইৰ দেউতাকৰ থাকোতে দহোটা আঙুলিয়েই আছে কামতো পাৰ্গত পিছে শিলবোৰে ছাঁ দিয়াৰ পৰা� দহোটা নখেই মৃত্যুবৰণ কৰিলে লাহে লাহে��� থাকোতে কাণদুখনো আছে��� নিজৰ ঠাইতে� বাটে-ঘাটে খবৰো সোধে দুই-এজনে� কাণ এখন আগবঢ়াই দিয়ে  সোধোঁতালৈ� শিলবোৰে যেতিয়া নিজৰ আকাৰ…

অযোধ্যাকথন

স্বপ্নালী কলিতা “এতিয়া ৰামো নাই, সেই অযোধ্যাও নাই” ৰাম নথকাৰ বাবে অযোধ্যা নাইকিয়া হোৱাৰ কথাটো কিবা গোলমলীয়া ৰামে অযোধ্যাত যুৱৰাজৰ ভাও কৰা সময়খিনিত  তাই হিচাপ কৰি আছিল নঙলাৰ পৰা কেইভৰি ৰন্ধনশালালৈ ভিতৰখন, মনৰ গাঁঠিবোৰ কোনোদিন খোল নাখাবলৈ আঁটি আঁটি বান্ধিছিল…

কুঁহিয়াৰ কথা

স্বপ্নালী কলিতা   কথাবোৰ তাই কুঁহিয়াৰ বন্ধাদি কণা কণাকৈ বান্ধি গ’ল   কোনোটো কণাত কথাৰ লেচেৰি পাক কোনোবাটোত আকৌ কেৰ্কেটুৱাই খোৱা কুঁহিয়াৰৰ দৰে পেটটো খোলা ওলোৱা   কোনোবাটোত ধঁনুৰ দৰে বেঁকা অভঁজা   কোনোবাটোৰ কথাবোৰে নিঘুণী কুঁহিয়াৰডালৰ দৰে সমগ্ৰ কণাটোক…

তিনিটি ফুকলীয়া আঙুলি

স্বপ্নালী কলিতা কথাবোৰ জঁটা হওক বুলি এদিন কোনোবা অচিন ধনুৰ্ধৰে এপাট শৰ মাৰি দিলে কোনোবা অচিন মুখলৈ   সেই সময়ত কথাই বাগি মাৰি খেলিছিল পাভলুটিৰ খেল   শৰৰ মুখত ধাৰ দিবলৈও নাছিল হাতত শাণ মুখ থেকেচা খোৱা শৰে মাটিত পৰি…

চৰাইবোৰৰ কথা

স্বপ্নালী কলিতা   আবেলি নীহাৰে বাৰাণ্ডাত বহি  ককাকক মাতিলে আহাঁচোন বুলি।   হয়নে অ’ ককা! কথা এটা সুধিম মই ভাবি-গুণি ক’বা।   ককায়ে বোলে সোণ মোৰ সুধিবিচোন বাৰু, উত্তৰটো জানিলে নক’মনে আৰু!   ককা ককা ! অসমত পোৱা চৰাইবোৰৰ নামবোৰ…

ভোলা আৰু পূজা

স্বপ্নালী কলিতা ভোলাই কিনিলে নতুন চোলাটো ৰংটো হেনো ৰঙা , ভায়েকে বোলে, পেণ্ট এটা নল’লি হৈয়ে আছ তই বেঙা! পূজা বুলি আমি যোৱা দুবছৰে একোকে লোৱা নাই হোৱা, এইবাৰ লাগিব বেলুন, চকৰি জেলেপীও হ’ব খোৱা। দেৱীৰ ওচৰৰ আৰতি চাই চাই বুন্দিয়া–ভূজিয়া…

ওমলা-পদ্য

স্বপ্নালী কলিতা   তিলক খুৰাৰ তপা মূৰ, চাহৰ লগত লাগে গুৰ৷   কনকৰ ককাকৰ নৰীয়া টান, ৰমেনে পাৰিছে মদাৰৰ পাণ৷   নগেন দদাইৰ ভগা চাইকেল, ঘেৰেক্ ঘেৰেক্ বজাই ছাইৰেন৷   আহোম বগৰী নিমখ এজেবা ৰাণীহঁত বহিছে দুপৰ বেলিকা৷   দীপুৰ…

লতা আৰু ককা

স্বপ্নালী কলিতা এদিন পুৱা ককাৰ পিঠিত লতা  উঠি ল’লে ককাক বোলে, ব’লা ককা এৰাবাৰীৰ ফালে৷   ককাই বোলে হেৰৌ লতা! ক’লৈ যাৱ তই? এৰাবাৰীৰ আমৰ তলত  ভূতৰ আপোন ঘৰ৷   ককা, ককা কিনো কোৱা! সকলো যে‍ মিছা, যোৱাৰ ভয়ত কিয়…