Anyayug Contributor সুতপা চক্ৰৱৰ্তী ( বাংলা )

পুত্র

মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা )  অনুবাদ : নয়ন মণি মিশ্ৰ বাহিৰত বৰষুণ হৈ আছে মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে মোৰ দেউতাৰ দৰে তোৰো  বদলিৰ চাকৰি হৈছে মোৰ উদ্বিগ্ন মনে স্বৰ্গ মৰ্ত্য নামানে মই মাজে সময়েই ঘৰলৈ দৌৰি…