Anyayug Contributor সাক্ষাৎকাৰ যুগুত: দেৱজিৎ ভৰালী

ড° ৰুবুল মাউতৰ সৈতে অন্যযুগৰ এটি সাক্ষাৎকাৰ

 সাক্ষাৎকাৰ যুগুত : দেৱজিৎ ভৰালী  ড° ৰুবুল মাউত, সুকীয়াকৈ তেখেতক পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ ড° ৰুবুল মাউত অসমৰ এগৰাকী কেৱল সুসন্তানেই নহয়, নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ নাম৷ দৰিদ্ৰতা আৰু অনেক প্ৰতিকূলতাক নেওচি জীৱনৰ ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম…