প্ৰশ্নবোৰ
সমুদ্ৰ কাজল শইকীয়া হে কবি, প্ৰশ্নৰ কবি প্ৰশ্নবোৰতে প্ৰশ্নবোৰৰ উত্তৰ হে কবি উত্তৰোত্তৰ হিৰন্ময় পাত্ৰত আছিল উপনিষদৰ কবিৰ যি প্ৰশ্নবোৰ আকৌ তুলিছিল নৱকান্তই সৌটো কি একেবোৰ প্ৰশ্নকেই তুলি গ’ল নীলমণিয়ে সৌটো কি হিৰন্ময় পাত্ৰ প্ৰশ্নবোৰ। যাৰ কোনো…

সমুদ্ৰ কাজল শইকীয়া হ’লবোৰেৰে জীৱনটো হ’ল নে নহ’লবোৰেৰে হ’ল? হ’লবোৰেৰে কিছুমান যে নহয় – বুজিলোঁ অতখিনি নহ’লবোৰেৰে হ’ল কি কি সেয়াও দেখিলোঁ ভালেখিনি। নামটো এৰি মালিকৰ আত্মকথা পঢ়িবলৈ নহ’ল। পদূলিয়ে পদূলিয়ে কোনে ৰিঙিয়াই গ’ল, শুনো- “গ’ল”; গ’ল অ’…