Anyayug Contributor সপোনৰ পৃথিৱীখন: কিছু সাময়িক চিন্তা

সম্পাদকীয়

 সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তা সাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা বিক্ষিপ্ত ঘটনা কিছুমানকে বুজায়৷ নিদ্ৰিত অৱস্থাত আমি দেখা সপোনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু এই শব্দটোৱে ক্ৰমে Plan,…