Anyayug Contributor ( শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত )

গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ

 (শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত) বুবুল শৰ্মা (১) টেবুলত থকা ম’বাইলটো হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বৰাই দহ মিনিটৰ বাবে চকীখনত ভাগৰুৱা শৰীৰটো এৰি দিছিলহে৷ –        হেল্লো। –        ছাৰ মই জগদীশ ডেকাই…