Anyayug Contributor শিশুহঁতৰ বাবে কিছু চিন্তা

সম্পাদকীয়

শিশুহঁতৰ বাবে কিছু চিন্তা এজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে লগে মানুহে শিশু অৱস্থাত নিজে উদ্‌যাপন কৰি অহা জীৱনটো যেন পাহৰি যায়৷ সম্ভৱতঃ সেয়েহে ব্যতিক্ৰমস্বৰূপে…