Anyayug Contributor শিখা গোস্বামী মহন্ত

স্তৱক

 শিখা গোস্বামী মহন্ত (১) গৈ থকাটো যিমান সহজ ৰৈ দিয়াটো সিমান কঠিন যাওঁ বুলি গুচি যাব পাৰি উলটি আহো বোলোতেই এহেজাৰ অসহজ উশাহ (২) খিৰিকিৰে জুমি আছিলোঁ  জোনাকী ৰাতি চকুত আঁকি নিয়ৰ হেন হাঁহি এটাৰ কথাৰ সামৰি নচুৱাই আছোঁ জুনুকা…

বহাগৰ কবিতা এফাকি

শিখা গোস্বামী মহন্ত তোমাৰ পৰা আঁতৰি থকাৰ হাজাৰটা সহজ অজুহাত সামৰি-সুতৰি শেষ নোহোৱা তুমি নামৰ উদ্ৰেক প্ৰাসংগিক-অপ্ৰাসংগিকতাৰ এযোজন দূৰত এই অৱস্থান উমলি নিজক নিচুকাই কি এক ভ্ৰম… ৰ’দে জকেমকাই ফুলি উঠা সোণাৰুফুলীয়া ভাবনা আকাশী লতাত জিলিকি উঠে সোণপৰুৱা হেন এটি…

এটা মেটাফৰিক কবিতা

শিখা গোস্বামী মহন্ত “O My Love’s Like A Red, Red Rose” Robert Burns কবিতা এটা লিখিবলৈ নিৰাই লওঁ চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত সহজ নহয় সহি থকা বগা…

শীতকথা

শিখা গোস্বামী মহন্ত   গালত শীতল চুমা যাচি এয়া জাৰৰ আৰু এটি দোকমোকালি…   কুঁৱলী ফালি ফালি গৈ থাকোঁ ইথাৰৰ ইপাৰৰ ডাঠ কহুঁৱা অত কুঁৱলীতো মই ঠিকেই দেখোঁ ৰ’দৰ জিলিকনিত যি চমক আছিল… শীতে সাঁচ কাটে নে মোৰ ভ্ৰম (ধাৰণা…