মুকলি মঞ্চ
লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য কলচুম বিবি অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা ভাষা আৰু উপভাষা আছে। ইয়াৰ লগতে সমান্তৰালভাৱে নিজস্ব সাংস্কৃতিক পৰিচয়ো আছে। তদুপৰি ঐতিহাসিক, ভৌগোলিক, সামাজিক ক্ষেত্ৰতো বৈশিষ্ট্য আছে। এইবোৰে অসমীয়া সংস্কৃতিত…