Anyayug Contributor লেংষ্টন হিউজেচ (আমেৰিকা)

ৰঙা গোলাপবোৰ

 মূল – লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত   মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ দিনবোৰত টিউলিপ ফুলবোৰ ফুলি উঠিব, যদিহে মোৰ মৃত্যু হয় কোনোবা শীতকালত সিঁহতে মোক কবৰ দিব সেই বৰফবোৰৰ তলতে।…