Anyayug Contributor (যোৱা সংখ্যাৰ পিছৰ পৰা)

মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে

(যোৱা সংখ্যাৰ পিছৰ পৰা) সাম্প্ৰতিক অসমীয়া গল্পসাহিত্যৰ এক অগ্ৰগণ্য নাম হৈছে শ্ৰীযুত (ডাঃ) অপূৰ্ব কুমাৰ শইকীয়া৷  ২০২০ চনৰ ‘সাহিত্য অকাদেমি বঁটা’ আৰু অসম সাহিত্য সভাৰ ‘অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা’ প্ৰাপক ডাঃ শইকীয়াৰ গল্পৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু বহুমাত্ৰিকতা, ভাষাৰ চাতুৰ্য, ব্যতিক্ৰমী কথনশৈলীৰ লগতে তলসুঁতীয়াকৈ বৈ…