Anyayug Contributor যুগান্তৰ মাধৱ শইকীয়া

বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ

 যুগান্তৰ মাধৱ শইকীয়া     শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা পঁজাটিৰ ডুঁহজুই একোৰাত উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ…. ডাৰউইনে জীৱৰ বিৱৰ্তনৰ সূত্ৰত কৈছিল – “যোগ্য…