কেৰেবিয়ান সাগৰত নীলাভ ছুনামি
যুগললোচন দাস সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ সেউজীয়া কেনভাছত নীলা জাৰ্ছীৰ আধিপত্য৷ মেন ইন ব্লু টীম ইণ্ডিয়া৷ বাৰ্বাডোজৰ শনিবাৰৰ ফৰকাল বতৰ৷ হয়তো এখন শিহৰণকাৰী ক্ৰিকেট মেচ উপভোগ…