Anyayug Contributor মৈমনসিংহ-গীতিকা ৰ অনুবাদ

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…