Anyayug Contributor মূল (ইংৰাজী): মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ)

ব্লেক আইচ এণ্ড ৰেইন

 মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ভাবানুবাদ : যশোৱন্ত নিপুণ   মই সোমাব পাৰোঁনে ? তোমাক নীৰৱে গুচি অহা মই দেখিছিলোঁ ৷ প্লেটৰ প্ৰথম আহাৰখিনিয়ে তোমাক দুখী কৰে, নহয়নে? মোক কিন্তু কৰে ৷ আৰু ককটেইল, কৌতুক … ইমান নিমগ্নতাপূৰ্ণ…