Anyayug Contributor মূল ইংৰাজী: চি.জে.হেক্ (C. J. Heck, আমেৰিকা)

এজন কবি দিয়াঁ এগৰাকী প্ৰেয়সীলৈ

মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা) অনুুবাদ  : ড° ৰঞ্জিত দত্ত মোক এজন  কবি দিয়া এগৰাকী প্ৰেয়সীলৈ যাৰ শব্দবোৰৰ পৰশ মখমলৰ  দৰে কোমল, মৰণশীল মানুহৰ  হাতৰ পৰশতকৈও সেই শব্দৰ বুলনি বেছি আৰামদায়ক। এগৰাকী কবিৰ পোঁহৰৰ চাকিগছি অতিশয় শান্ত  যাৰ …