Anyayug Contributor মূলঃ অমৃতা প্ৰীতম (হিন্দী)

মোৰ ঠিকনা

মূলঃ অমৃতা প্ৰীতম (হিন্দী) ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য   আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ আৰু ইমানদিনে গোলাপৰ শিৰত  উন্মুক্তকৈ আঁকি থোৱা গোলাপৰ পাহিৰ নামো গুচাই দিলোঁ প্ৰতিটো পথৰ উপপথবোৰৰ নাম মচি পেলালোঁ৷ যদি মোক বিচাৰিবলৈ ইচ্ছা কৰাঁ তেন্তে প্ৰতিখন…