পাথৈৰা
মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷ নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে- : “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?” খীতুকায়ে সোলামুখেৰে হাঁহি…
মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷ নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে- : “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?” খীতুকায়ে সোলামুখেৰে হাঁহি…
মুনমী দত্ত হাজৰিকা : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু… সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ কৰিলে৷ এনে লাগিল তেওঁ যেন এই সময়ত প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোৰে বহুদিনীয়া চিনাকি৷ কি কয় বা! মোবাইলৰ এৱাৰ্ড…
মুনমী দত্ত হাজৰিকা সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷ মৰাণ বুঢ়াৰ কথা কৈছোঁ৷ সেই যে কলিয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত…
মুনমী দত্ত হাজৰিকা (ক) সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণত আমলখিৰে ডাল ভৰি থকা সময়ৰ দুপৰীয়া আছিল সেইটো। শইকীয়া দম্পতিয়ে সৰুধনলৈ সাঁচতীয়া ৰাখিবলৈ ডাকঘৰত একাউণ্ট এটা খুলি…
মুনমী দত্ত হাজৰিকা এইটো এটা ৰূপকথা৷ তাহানিতে কানায়ে মহাৰাজক দি পঠোৱা ডালিম পুলিটো ৰাজচৌহদত টিকটিকিয়া ডালিমফুলেৰে উপচি থকাৰো বহু আগৰ৷ কানাইৰ তেজাবাই তেতিয়া গাভৰু হোৱাই নাছিল৷ এলাগী আয়ে কানাই আৰু তেজাক গৰু গাই টানি ফুৰিবলৈ নপঠাইছিল৷ চোতালত মেলি থোৱা কোমল…
মুনমী দত্ত হাজৰিকা মেট্ৰিক পৰীক্ষা দি উঠি প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ আৰু সঠিক যেন লাগিছিল৷ হেই, বৰ্ষা আৱেগিক৷ উচ্চশিক্ষিত ভাবীস্বামী প্ৰান্তিকক এৰি চাহেবপুৰাত ট্ৰেইনৰ পৰা নামি তৎক্ষণাত এন. জি. অ.-ত সোমাই…