Anyayug Contributor মিত্ৰাবিন্দা বৰা

বিশ্বায়নৰ প্রেক্ষাপটত মাতৃভাষা অসমীয়া

মিত্ৰাবিন্দা বৰা     বর্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্রেক্ষাপটত ভাষাই কেৱল সহজাত প্রয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ, সেই জাতিৰ কলা-সংস্কৃতি, ইতিহাস তথা জাতিগত সমাজ ব্যৱস্থাৰ পৰিচায়ক আৰু বার্তাবাহক হিচাপে প্রতিষ্ঠা লাভ কৰিছে৷ পৃথিৱীৰ প্রত্যেক সভ্য জাতিৰে…