Anyayug Contributor মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ

দুটা বাংলা কবিতা

দুটা বাংলা কবিতা অনুবাদ : মিণ্টুল হাজৰিকা, দিগন্ত ৰাগ (১) ওপজা দিন মূল (বাংলা) : শঙ্খ ঘোষ তোমাৰ জন্মদিনত কিনো আৰু দিব পাৰোঁ এই কথাষাৰৰ বাহিৰে  আমি আকৌ কাহানিবা লগ হ’ম   লগ হ’ম তুলসীতলত লগ হ’ম বাঁহৰ সাঁকোডালত লগ হ’ম…