Anyayug Contributor মানসজ্যোতি শৰ্মা

পুলিৎজাৰ বঁটা বিজয়িনী ছেইণ্ট ভিনচেণ্ট মিলেৰ কবিতা

অনুবাদ :  মানসজ্যোতি শৰ্মা     (আমেৰিকাৰ গীতিকবি আৰু নাট্যকাৰ এডনা ছেইণ্ট ভিনচেণ্ট মিলেৰ জন্ম হৈছিল ১৮৯২ চনৰ ২২ ফেব্ৰুৱাৰি তাৰিখে৷ মেইনিৰ শিলাময় সাগৰীয় অঞ্চলত জন্মলাভ কৰা মিলে এগৰাকী শিক্ষকৰ ছোৱালী আছিল৷  নাৰীবাদৰ প্ৰতিভূস্বৰূপ মিলেৰ কবিতাই আছিল একমাত্ৰ মাধ্যম, যাৰ জৰিয়তে…