Anyayug Contributor ময়ূৰাক্ষী মহন্ত শইকীয়া

জাগীৰোড কাগজ কলৰ মালিতা

 ময়ূৰাক্ষী মহন্ত শইকীয়া   মৃত এখন নগৰৰ মাজত বাট বুলি আছিলো আমি জী থাকোতেই বন্ধ হ’ল এজাক মানুহৰ উশাহ বুকুৰ স্পন্দন ব্যস্ততাৰ খোজ হৃদয়ৰ অহংকাৰ অথচ বন্ধ নহ’ল সিহঁতৰ ভোক-পিয়াহবোৰ লাজ মান স্বাভিমান কিম্বা সুখ দুখৰ মালিতা তিতাচঁপা আৰু চেগুনৰ…