‘ক’-ৰ পৰা ‘ত’-লৈ আখৰৰ ধেমালি
ভাৰতী চক্ৰৱৰ্তী ক -ই ক’লে কুঁজিবালিলৈ কণখুড়ী গ’ল আজি খ -য়ে খালে খালৈভাঙি খলিহনা মাছ ভাজি গ -উঠিল গিৰিপ কৰি গড় চাবলৈ যাম ঘ -ই বোলে ঘৰৰ ল’ৰা ঘৰতে কৰিবি কাম ঙ -ই ক’লে পুঙা দোকানত চুঙা…