Anyayug Contributor ভাস্কৰ জ্যোতি বৰুৱা

মৰীচিকা

ভাস্কৰ জ্যোতি বৰুৱা         পাত্ৰটোৰ তলিত জুইৰ শিখা কমাই ৰখা হৈছে। ভিতৰৰ পানীখিনিত উপঙি থকা সেউজীয়া ভেকুলীটোৰ দৈহিক ভাষাই কয়— অনাগত বিপদ সম্পৰ্কে তাৰ সমূলি ধাৰণা নাই। কুহুমীয়া উষ্ণতাক যেন সি উপভোগহে কৰিছে। মূৰ্খ ক’ৰবাৰ। উষ্ণতা ঊৰ্ধ্বগামী। বঢ়িয়া!…