আমি গডোলৈ ৰৈ নাছিলোঁ
ধীমান বৰ্মন (কবি-ভাতৃ “প্ৰাঞ্জল তালুকদাৰৰ” হাতত) ধেমালিতে আন এগৰাকী মাতৃৰ ভাইটোৱে ক’লে আপোনাৰ কাষেৰেই পাৰ হৈ গ’ল স্বগৌৰৱে উজলি উঠা ভাষণ-বীৰ দিনৰ পোহৰত যি মহান ইমান ভিৰতো যিজনে খুন্দিয়াই থৈ গ’ল তেৱেঁই বাতৰিতকৈ আগতে বাতৰি ধৰা…