Anyayug Contributor ব্যেৰ্নষ্টেইৰনূহ ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে', সাহিত্যৰ ন'বেল বঁটা-১৯০৩

ঘৰটো মই পাৰ হৈ গৈছিলোঁ

মূল : ব্যেৰ্নষ্টেইৰনূহ  ব্যেৰ্নছান (Bjørnstjerne Bjørnson), নৰৱে’, সাহিত্যৰ ন’বেল বঁটা-১৯০৩  অনুবাদ :  ড°ৰঞ্জিত দত্ত গ্ৰীষ্মৰ এটি দিনত  ঘৰটো  মই পাৰ হৈ গৈছিলোঁ, পুৱাৰ সুৰুযৰ ৰঙীণ আভা ঘৰটোৰ ওপৰতে পৰিছিল। খিৰকীৰ ফালে তেজৰঙা হৈ  মোৰ  আত্মাটো জ্বলিছিল, বৰষায়ো মোক লগ পাইছিল তাতেই। বন্দিত্বই…