Anyayug Contributor বিভাৰাণী তালুকদাৰ

আশা বাদ

 বিভাৰাণী তালুকদাৰ   বহুদিনৰ আগতে সমাপ্তি ঘটা প্ৰেমৰ বোজা কঢ়িয়াব পৰাকৈ স্মৃতিও কেতিয়াবা আল্‌ফা- ফিমেল নহয়   উপন্যাসৰ শেষ পৃষ্ঠাত যদিও ভাবিব পাৰি নতুন এক সূচনাৰ কথা আশা বাদৰ উপস্থিতি তাৰো আগত   ঘৰবিহীন মানুহবোৰ দেখি মনত পৰে মানুহবিহীন ঘৰলৈ…

কাক- কাব্য

 বিভাৰাণী তালুকদাৰ   হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি   কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট   ডেউকাত আঙঠা বান্ধি বনাই ফুৰোঁ ভাব-সাগৰৰ ওপৰেদি অথাই পকনীয়াই থিয়ৈ থিয়ৈ থুকুচে   বাহী ঠোঁটেৰে মই যে খাব…

আই

 বিভাৰাণী তালুকদাৰ (এ) আই,  এশাৰীলিখিবলৈ কওঁতে লিখিলা চাৰিশাৰী অগ্নিপাহাৰৰ চিত্ৰলেখা সখী অনুমানতে আঁকিলা নেদেখা ছবি সমাধান দিলানজনা কথাৰ দেখুৱালা বাট আদেশ শিৰোধাৰ্য! ভেন গঘৰ কটা কাণ পানেই-জংকিৰ প্ৰাণদান সকীয়ালা নিৰ্মমতাৰে বুদ্ধিৰ বিচাৰত নাই আৱেগৰ দাম বুদ্ধিৰে লিখিব পাৰি প্ৰেমৰ কবিতা…

পৰ-কথা

 বিভাৰাণী তালুকদাৰ   ধপ্‌ধপ্‌ পাখিৰ মাত শুনা কিজানি ধূপৰ গোন্ধত বাৰে বাৰে দুগাল মচা গোন্ধাওঁ জানো ধূপৰ দৰে!   ধোঁৱাই ঢকা চিমনিৰ তলত শিখা এটি হৈ ৰ’লোঁ এঘাৰদিন তোমাৰ খেয়াল নহ’ল   মৰিশালিৰ বনগুটি খচকি আদৰিলা বিস্মৰণ নেদেখিলা তিতা তিয়নিত…