জীৱন জিন্দাবাদ
বিপুল কুমাৰ দিহিঙীয়া এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ… শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে… …

বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ ইটি পাৰ নোচোৱে মাজপথাৰত ওলমি ৰয় চং। শব্দ কিম্বা জোৱাৰত থৰকাচুটি হেৰুৱা মৰা শামুকত আমাৰ জীৱন…
বিপুল কুমাৰ দিহিঙীয়া গ্যেটেৰ ‘মেৰিয়েনবাদ ইলিজি’ মই কি নাম দিম… কি নাম দিম ঈশ্বৰ। ‘নিউৰ’টিক পেইন’। চাব্বাছ। সৰ্পিল অৰণ্যৰ বাটেৰে অহা-যোৱা প্রেম বিচাৰি। প্ৰেৰণা বিচাৰি চৰাইৰ ডেউকাৰ সহায় লওঁ ব্ৰহ্মপুত্ৰৰ চাপৰি। মৰম বিচাৰি টিৰাপ সীমান্ত বগালোঁ ৰাতিৰ জোনাক। বগলীৰ…