যোৰহাটৰ কাব্যপ্ৰৱাহৰ গতি-প্ৰগতি: এক চমু অৱলোকন
বাব্লু প্ৰসাদ বৰুৱা চৰ্যাপদ অথবা লোককবিতাৰ প্ৰাকৃত স্তৰটোৰ পৰা উজাই আহি অসমীয়া কাব্যপ্ৰৱাহক মনোযোগেৰে লক্ষ্য কৰিলে দেখা যায় যে বৈষ্ণৱ যুগৰ ভক্তিবাদী কাব্য সাহিত্যৰ যুগৰে পৰা আজিপৰ্যন্ত যোৰহাটৰ কাব্য চৰ্চাৰ ধাৰাটো সণ্ঢালনিকৈ প্ৰৱাহিত হৈ ‘যুগ-কাল-বাজনা’ৰ পৰশত উহনিৰ পৰা সৰু সুঁতিয়েদি…