Anyayug Contributor বাব‌্‌লু প্ৰসাদ বৰুৱা

২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি বুজিবলৈ এক ঐতিহাসিক দৃষ্টিভংগী

 বাব্‌লু প্ৰসাদ বৰুৱা (অক্টোবৰ সংখ্যাৰ পাছৰপৰা)   (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগত কিছুমান শক্তিয়ে নিয়ন্ত্ৰণ কৰিব লাগিছে, তাৰ এক আভাস দাঙি ধৰিলোঁ৷ হেজাৰ বছৰীয়া কুটিলতাই ঢাকি ৰখা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সভ্যতাৰ বিষয়টো গভীৰভাৱে আলোচনা…

২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি : এক ঐতিহাসিক দৃষ্টিভংগী

 বাব‌্‌লু প্ৰসাদ বৰুৱা   (প্ৰথম খণ্ড)   ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়ামৰ ইতিহাস যুগ যুগ ধৰি ইয়াৰ মূল আৰ্য-সনাতনী ধাৰাৰ বৃহত্তৰ আৰু মহত্তৰ কলিতা জাতিৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰৱৰ্তী পৰ্যায়ত শাসনতন্ত্ৰৰ প্ৰেক্ষাপটত আবিৰ্ভাৱ হোৱা ব্ৰাহ্মণ্য-মংগোলীয় শক্তিৰ ৰাজনৈতিক আৰু সামৰিক আধিপত্যৰ মাজত চলি…

স্বপ্নাবাসৱদত্তা

বাব্‌লু প্ৰসাদ বৰুৱা   মই বৰ ভয় কৰোঁ; যদি কেতিয়াবা মোৰ চকুৰ ভোক নাইকিয়া হয় যদি কেতিয়াবা মোৰ হৃদয়ৰ তৃষ্ণা নাইকিয়া হয় যদি মই আকৌ কেতিয়াও বতাহত তোমাৰ গোন্ধ নাপাওঁ, কিন্তু মই নিশ্চিত যে মই সেইদিনা নাথাকিম।   তুমিবিহীন শেতেলিত…

“কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ

বাব্‌লু প্ৰসাদ বৰুৱা ভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামাৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ। প্ৰাঞ্জল অথচ ভাবগম্ভীৰ বিশ্লেষণেৰে এটি গহীন বিষয় অসমীয়া পাঠকৰ মাজত তুলি ধৰাৰ…