Anyayug Contributor (বাংলা) মাণিক বন্দ্যোপাধ্যায়

মহাবীৰ আৰু অৱলাৰ ইতিকথা

 মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায়   অনুবাদ : বাসুদেব দাস        এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ নাম আছিল অৱলা ৷ কাৰ কিমান বয়স, কোনে কোন ক্লাছত পঢ়ে, এইবোৰ জানি আমাৰ কোনো লাভ নাই ৷ এদিন…