Anyayug Contributor (ফেন্টাচী উপন্যাসিকা)

নিৰ্বাণ

(ফেন্টাচী উপন্যাসিকা) যশোৱন্ত নিপুণ                      দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখনত আউজি বহি পৰিল ৷ দুহাতত মূৰটো থৈ ক’তো অকণিও মেঘ নোহোৱা নিৰ্মল নীলা আকাশখনলৈ তেওঁ চাই পঠিয়ালে ৷ দূৰ…