Anyayug Contributor পৰেনে মনত মোৰ দেউতাৰ কথা ?

পিছলৈ উভতি চাওঁ— ৪

পৰেনে মনত মোৰ দেউতাৰ কথা? ড˚ পোনা মহন্ত যিসকল সহৃদয় পাঠকে এই অকিঞ্চনৰ অতীত কথনৰ আগৰকেইছোৱা পঢ়ি আমাক অনুগৃহীত কৰিছে, সেইসকলৰ হয়তো মনত আছে যে প্ৰায় দহ মাহ ধেমাজি গুৱাল গাঁৱত বনবাস খাটি পিতৃভূমিলৈ উভতি অহাৰ পাছতো আমাৰ অথন্তৰৰ অন্ত নপৰিল৷ সেই…