পৰীক্ষা
(পৰম শ্ৰদ্ধাৰ এম কামালুদ্দিন আহমেদ ছাৰৰ কৰকমলত) স্বপ্নালী কলিতা ধহ্মহ্কৈ সোমাই আহিলোঁপাকঘৰত ৰ’লোঁহি। দেখিলোঁ, মায়ে এটা গোল ৰুটিক চুৰিখনেৰে সমানে চাৰিটুকুৰা কৰি আছে। ওলাই আহিলোঁ। এজন বন্ধুৰ বাৰান্দাত উঠিলোঁগৈ। কিন্তু কিয় জানো ভিতৰলৈ যাবলৈ মন গ’ল। কৰি আছেনে মোৰ মাৰ…