Anyayug Contributor প্ৰসেনজিৎ চৌধুৰী

সমাজ, সংহতি আৰু ক্ৰিকেট

প্ৰসেনজিৎ চৌধুৰী ১৯৩৬ চন৷ বাৰ্লিনত মহা আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল অলিম্পিক৷ লং জাম্পত জাৰ্মানিৰ হৈ অংশ লৈছে সপ্ৰতিভ শ্বেতাংগ খেলুৱৈ লুজ লঙে৷ দৰ্শকৰ মাজত উপৱিষ্ট নাজি নায়ক হিটলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত লং জাম্পৰ বিজয়ী হ’ল আমেৰিকাৰ কৃষ্ণাংগ ক্ৰীড়ক জেছি‍ ৱেন্‌ছ৷ প্ৰচন্দ…