Anyayug Contributor প্ৰশান্ত মিশ্ৰ

নাৰীমুখ

প্ৰশান্ত মিশ্ৰ তুমি দেখিছা নিদাঘ ৰ’দত পোৰা মুখ। তুমি দেখিছা বৰষুণৰ টোপাল চুলিৰ মাজেৰে  সৰকি পৰা মুখ। তুমি দেখিছা জুহালৰ উত্তাপত ৰঙা পৰা মুখ। তুমি দেখিছা ৰক্তহীনতাত শে‌ঁতা পৰা মুখ। তুমি দেখিছা পুৱাৰ কিৰণত হালধীয়া ৰহণ সনা দুৰন্ত ৰাতিৰ সেই…

এটি চৰাইৰ ছবি‍ এখন আঁকিবলৈ লওঁতে

 মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭)  ইংৰাজী অনুবাদ: ইউজীন লেভিছ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু চিত্ৰনাট্যকাৰ। ঘাইকৈ দ্বিতীয় মহাযুদ্ধৰ পাছৰ পেৰিচ চহৰৰ মানুহৰ জীৱন তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা দেখা যায়। আনহাতে ‘আশা’ আৰু ‘অনুভৱী প্ৰেম’…

নীলমণি : কাব্য জিজ্ঞাসাৰ আলোক আমাৰ হৃদয় কুক্ষিত

প্ৰশান্ত মিশ্ৰ         পৰিমিত শিল্পবোধ, গ্ৰাম্য জীৱনৰ সতে আশৈশৱ নিকট সম্পৰ্ক, নাগৰিক জীৱন যাপন, প্ৰখৰ ইতিহাস চেতনা আৰু শিক্ষকতা বৃত্তি- এই আটাইবোৰ উপাদানেই হ’ল নীলমণি ফুকনৰ কবিতাৰ বহুমাত্ৰিক স্তৰবোৰৰ পৃষ্ঠভূমি। সেয়েহে তেওঁৰ কবিতাত আমি দেখা পাওঁ বেহেলা বজোৱা…

সভ্যতা

প্ৰশান্ত মিশ্ৰ  আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা  পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিল আমি তলসৰা বিচাৰি গৈছিলোঁ কোনেও কেতিয়াও নভবা এটি প্ৰশ্ন এদিন লগৰ কণমানি এটাই সুধিলে “তেঁতেলীজোপা কোনে ৰুইছিল” কোনেও ক’ব নোৱাৰিলে সেই কথা পাহৰি গ’ল সকলোৱে কোনে…

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ  বেলি চোৱা বেলিকা  চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল  জাৰ লাগিছিল চকুত  লানিকৈ ৰোৱা সেউজীয়াৰ মাজত  শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো  আৰু চকুপতাৰ বৰফত  বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন  হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত  হাতৰ মুদ্ৰাত বুদ্ধ শোক নাই   আনন্দৰ আকুতিও…

বেলিকথা

 প্ৰশান্ত মিশ্ৰ   উৰণীয়া বেলিৰ কথা শুনিছিলোঁ। কৈছিল এগৰাকী আইতাই। বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই আকৌ পিঠি দি উৰি গুচি যায়। অহা-যোৱাৰ দুটা পলেই দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰ। আমাৰ ওচৰত মানি নোলোৱাৰ কোনো যুক্তি নাছিল। আছিল উৰণীয়া বেলিৰ ডেউকা…

সৌৰভ কুমাৰ চলিহা

প্ৰশান্ত মিশ্ৰ “সৌৰভ চলিহা ঢুকাল হয়তো। কিন্তু এই সত্যটো মোৰ বাবে  অৱান্তৰ”- সৌৰভ কুমাৰ চলিহা। তুমি কেতিয়াও ভবা নাছিলা  যে এদিন তেওঁ তোমাৰ ঠিকনা বিচাৰি আহিব ভবা নাছিলা কোনোবাই বিচাৰি উলিয়াব  ৰাস্তাৰ কেতিয়া সোঁফালে আৰু কেতিয়া বাওঁ ফালে ঘূৰিলে  ঠিক…

চাৰি মাহৰ মালিতা

প্ৰশান্ত মিশ্ৰ  ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ আলিৰ বোকাত ভেকুলীটোআৰু এটা দীঘল জাঁপডাঙৰ ঢৌ এহাল ফেঁচু চৰাই উৰি ফুৰিছিল ধৰাত মেঘৰ চকুলো বোকা পানীতেই আশাশস্যৰ কোমল বুকুতমেঘৰ অশ্ৰুত গজালি মেলা সপোন ফলি-পুথিৰ শাওণৰ পথাৰ ভেকুলীপোকসাপফেঁচু…