Anyayug Contributor প্রিয়ংকা বৰুৱা

কালিকাভোজন

প্রিয়ংকা বৰুৱা   আগলি কলপাতখনত চকুত লগাকৈ সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল! ধোঁৱা বলা ভাতকেইটাৰ ওপৰত এহেতা খাৰ দিয়া মাটি দাইল৷ কাষতে দুটা সৰু সৰু দোৰোলা৷ এটাত দুফলীয়া আলুটোৰ এফালৰ সৈতে তিনিটুকুৰা মাংসৰ তেলতেলীয়া ৰঙচুৱা…