Anyayug Contributor পাৰৰ শুকান বালিত ভৰি থৈ

ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক; দুয়ো নির্বাক৷        কবিৰ হৃদয়ত উথলি উঠে প্ৰেম নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ, প্ৰতিপল, অহর্নিশ, অপাৰ৷…