হোছেইন ৰফিকুল
পঙ্কজজ্যোতি ভূঞা আশীৰ দশকৰ শেষৰ ফালে, চতিয়াত এখন নাট কৰ্মশালাৰ আয়োজন হৈছিল৷ অনাগত দিনবোৰৰ বাবে সৈনিক তৈয়াৰ কৰাৰ এক আখৰা আৰম্ভ হৈছিল৷ নাটকৰ বাবে আগ্ৰহী এচাম নতুন নাট্যকৰ্মীক গোট খুৱাই অসম নাট্য সন্মিলনে আয়োজন কৰা এই কৰ্মশালালৈ অৰুণ হাজৰিকা…