Anyayug Contributor পংকজ প্রতীম বৰদলৈ

কমিউনিটি আৰ্কাইভ আৰু পাণ্ডুলিপি সম্পদ

 পংকজ প্রতীম বৰদলৈ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰিৱৰ্তনৰ সময়ত অসমত এক পাণ্ডুলিপি ঐতিহ্যৰ প্রচাৰ আৰু প্রসাৰ হয়৷ ধৰ্ম প্ৰচাৰৰ বাবে গুৰুজনাই ভাগৱত, পুৰাণ আদিক ব্ৰজাৱলী ভাষাত সৰলকৈ সাধাৰণ ৰাইজে বুজাৰ বাবে লিখিছিল আৰু বৰগীত, অংকীয়া নাট আদিৰ…