Anyayug Contributor নৰেন মজুমদাৰ (জন্ম ১৯৪৮)

নৰেন মজুমদাৰৰ তিনিটা কবিতা

নৰেন মজুমদাৰ (জন্ম ১৯৪৮) এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা নৈৰ্ব্যক্তিক ৷ তেওঁৰ প্ৰথমখন কবিতা সংকলন ‘অনুভৱ’ (১৯৮৯)-ৰ পাতনি লেখিছিল ড০ হীৰেন গোহাঁয়ে আৰু তেওঁৰ কবিতাত মৌলিকতা লক্ষ্য কৰিছিল ৷…