Anyayug Contributor নেহাঁহিবি মোক সোঁচৰিব তোক (Corrected)

শিশুকবিতা

  নেহাঁহিবি মোক সোঁচৰিব তোক   (Corrected)     মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাই পকা কঁঠাল খাই, গোটেই গাতে লাগিল এঠা এৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠা মলুৱা জXপিয়াই ফুৰে, তাকে দেখি কেৰ্কেটুৱাই ধেক‌্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাক খেদা…