Anyayug Contributor ( নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত)

হৃদয়ৰ উত্তাপ আৰু সঞ্চৰণ-ৰীতি

(নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ প্ৰসংগত) এম. কামালুদ্দিন আহমেদ নীলমণি ফুকনৰ শেহতীয়া কবিতাখিনিত মানুহৰ পাৰস্পৰিক সম্পৰ্ক, তাৰ পৰা বিৰিঙি উঠা হৃদয়ৰ ঊষ্ণতা অনুভূতিসিক্ত ভাষাৰে মূৰ্ত হৈছে। একোটাহঁত গভীৰভাৱে অনুভূত ব্যক্তিগত ঘটনা তেওঁৰ এনে কবিতালানিৰ অন্তৰালত…