Anyayug Contributor নীলো ৎ পল বৰুৱা

বাইফাৰ

 নীলোৎপল বৰুৱা বসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা মানুহৰ‌ জুম এটা৷ বিশৃংখল৷ বিসদৃশ৷ বেমানান৷ হাতত পৰশু কুঠাৰৰ নিশকতীয়া মডেল‌ এটা লৈ ম‌ইনা আলি৷ লীডত আছে৷…