Anyayug Contributor নীলাক্ষী চলিহা গগৈ

সম্পৰ্ক

 নীলাক্ষী চলিহা গগৈ   ‘আহিছে কোনোবা’, ফুচফুচাই ক’লে নিভাই। ‘গগৈদা হ’ব’, কাণ উনাই ক’লোঁ মই। ‘নহয়৷’ ‘কোননো আছে আৰু…??’ আমাৰ ঘৰটো দুমহলীয়া। আমি থকা ওপৰ মহলালৈ কোনোবা উঠি আহিছে যেন লাগিল। প্লাষ্টাৰ নকৰা, খহটা পকাৰ চিৰিটোৰে হাৱাই ছেণ্ডেলৰ চেটেপ্ চেটেপ্…