নতুন শিক্ষা নীতিৰ আধাৰত বিজ্ঞান শিক্ষা আৰু ভাষা-ভীতি
নিৰু দত্ত ‘মাতৃভাষাত এটি শিশুৱে শিক্ষা ল’লে মাতৃভাষা জীয়াই থকাত সহায় হয়, মাতৃভাষা সবল হয় আৰু সবল হোৱা মানেই সেই ভাষাৰ সাহিত্য-সংস্কৃতিও সবল হয়।’ থোৰতে ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ : “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” ই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে৷ চৰকাৰী অসমীয়া…